Useful Links
Contacts
- +91 8638361558
- dajb.dalgaon@gmail.com
- Dalgaon,Darrang,Assam-784116
দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়, ২০০৪ চনত প্ৰতিষ্ঠিত হয়। প্ৰতিষ্ঠানখনৰ মূল উদ্দেশ্য হৈছে আঞ্চলিক জনসাধাৰণক শিক্ষাৰ মাধ্যেমে এক সুদৃঢ় ভৱিষ্যৎ নিৰ্মাণৰ পথ দেখুৱোৱা। বিদ্যালয়খনৰ আৰম্ভণিৰ দিনৰ পৰা প্ৰচেষ্টা আছিল যাতে প্রত্যেক ছাত্ৰ-ছাত্ৰীক মানসম্মত শিক্ষা প্ৰদান কৰিব পাৰি, যাৰ ফলত তেওঁলোকে সমাজৰ আগত এক দায়িত্বশীল, সচেতন আৰু সৃষ্টিশীল নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে।