Experience
20 Years
"A good education can change anyone, but a good teacher can change everything."
Message From the Desk Of Director
দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়,
দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ সমগ্ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষিকা, অভিভাৱক আৰু শুভাকাংক্ষীসকলক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ বিদ্যালয় শৃঙ্খলা, নিষ্ঠা আৰু দৃঢ় সংকল্পৰ আদৰ্শত প্ৰতিষ্ঠিত, য’ত শিক্ষাৰ লগে লগে নৈতিক মূল্যবোধ আৰু সাংস্কৃতিক আদৰ্শ সমানভাৱে গুৰুত্ব প্ৰদান কৰা হয়।
আমাৰ বিশ্বাস, সত্যিকাৰ শিক্ষা কেৱল পাঠশালাৰ চৌহদত সীমাবদ্ধ নহয়; ই চৰিত্ৰ গঠন, সৃজনশীলতা আৰু সমাজ সেৱাৰ সৈতে গভীৰভাৱে জড়িত। সেয়ে আমি চেষ্টা কৰিছোঁ অধ্যয়নৰ উৎকৃষ্টতাৰ সৈতে ক্রীড়া, সংগীত, সাংস্কৃতিক আৰু বৌদ্ধিক ক্রিয়াকলাপক একে গতিত অগ্ৰসৰ কৰি প্ৰতিটো ছাত্ৰ-ছাত্ৰীলৈ সৰ্বাঙ্গীন বিকাশৰ পথ প্ৰসস্ত কৰিবলৈ।
মই বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষিকাক ধন্যবাদ জনাইছোঁ, যিসকলে নিষ্ঠাৰে নিজৰ কৰ্তব্য পালনে যুক্ত হৈ আছে; অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ, যিসকলে বিদ্যালয়ত বিশ্বাস ৰাখিছে; আৰু ছাত্ৰ-ছাত্ৰীসকলক কৃতজ্ঞতা জনাইছোঁ, যিসকলে উৎসাহ আৰু অধ্যৱসায়ৰে বিদ্যালয়ৰ নাম উজ্জ্বল কৰি আছে।
আমাৰ একেলগীয়া প্ৰচেষ্টাই আমাৰ সমাজৰ বাবে জগাৰ সজাগ নাগৰিক আৰু এক উজ্জ্বল ভৱিষ্যত গঢ়ি তুলিব বুলি মোৰ দৃঢ় বিশ্বাস।
বাছিৰ আহমেদ,
প্ৰধান শিক্ষক-সহ-নিৰ্দেশক
দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়
Notice Board
- 📅 September 22, 2025
DAJB Admission Going On. Click Here
- 📅 September 22, 2025
Adhyayan Admission Going On. Click Here
- 📅 September 22, 2025
HS Admission Going On. Click Here
Our Programs
Our Results
HSLC 2024-25 (Both Medium)
- No. of Candidate Appeared - 103
- No. of Candidate Passed - 103
- Distriction : - 06
- Stars : -05
- 1st Division : -47
- 2nd Division : -43
- 3rd Division : -02
HS 2024-25 (Science)
- No. of Candidate Appeared - 74
- No. of Candidate Passed - 74
- Distriction : - 02
- Stars : -12
- 1st Division : -34
- 2nd Division : -25
- 3rd Division : -01
HSLC 2024-25 (Arts)
- No. of Candidate Appeared - 152
- No. of Candidate Passed - 152
- Distriction : - 05
- Stars : -33
- 1st Division : -76
- 2nd Division : -38
- 3rd Division : - NIL
HSLC 2024-25 (Commerce)
- No. of Candidate Appeared - 16
- No. of Candidate Passed - 16
- Distriction : - NIL
- Stars : - 01
- 1st Division : - 09
- 2nd Division : - 04
- 3rd Division : - 02
Our Branches
What Parents Say:
Our Recent Events
- Sept, 05 2025
- 09:00am
Teachers Day Celebration 2025
We were celebrating Teacher’s Day with Dalgaon’s Retired Teachers.
- View Detail
- Jun, 02 2024
- 01:00pm
Certificate Distribution
Certificate Distribution of School Annual Sports Day 2024.
- View Detail
- Jul, 12 2024
- 07:00am
Educational Tour 2024
Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec.
- View Detail