👩‍🏫 আমাৰ শিক্ষক-শিক্ষিকা (Our Faculties)

বিদ্যালয়খনৰ মূল স্তম্ভ হৈছে আমাৰ অভিজ্ঞ আৰু দায়িত্বশীল শিক্ষক-শিক্ষিকা সকলে। তেওঁলোকে কেৱল পাঠ্যপুথিৰ শিক্ষা প্ৰদান কৰি সীমাবদ্ধ নহয়, বরঞ্চ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে সদায় প্ৰচেষ্টা কৰি থাকে।

  • আমাৰ শিক্ষক-শিক্ষিকাসকল উচ্চ শিক্ষিত, পৰিশ্ৰমী আৰু সমাজপ্ৰেমী

  • তেওঁলোকে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক নিজৰ সন্তানৰ দৰে আদৰ আৰু যত্ন সহকাৰে শিক্ষা প্ৰদান কৰে।

  • শিক্ষাৰ লগতে নৈতিকতা, শৃংখলা, কৃষ্টি, খেল-ধূলা, সংগীত আৰু সাহিত্যিক প্ৰতিভা বিকাশ কৰাতো তেওঁলোক সমান গুৰুত্ব দিয়ে।

  • শিক্ষক-শিক্ষিকা সকলে সদায় আধুনিক শিক্ষণ-পদ্ধতি আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি শিক্ষাক আকৰ্ষণীয় আৰু বুজিবলৈ সহজ কৰি তোলে।

  • তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক কেৱল পৰীক্ষাত সফল হ’বলৈ নহয়, জীৱনত সফল আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ প্ৰেৰণা দিয়ে।

আমাৰ বিশ্বাস, একনিষ্ঠ আৰু সৎ শিক্ষক-শিক্ষিকা সকলে যেতিয়া আগবঢ়ায়, তেতিয়া শিক্ষা কেৱল বিদ্যা অৰ্জনৰ পথ নহয়, ই জীৱন গঢ়াৰ এক সঁজুলি হৈ পৰে।

Faculty Of DAJB

Faculty Of GGA

Priyalal Debnath
Priyalal Debnath

Asst. Teacher

Ayesha Siddika
Ayesha Siddika

Asst. Teacher

Ahmed Dilruba Hassan
Ahmed Dilruba Hassan

Asst. Teacher

Faculty Of Adhyayan (Science)

Faculty Of Arts & Commerce